খেলি থকাৰ সময়তে কৰণ মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী ফুটবলাৰে; মৃত্যুৰ পূৰ্বে দিছিল কিহৰ ইংগিত?
দেশৰ অন্যতম প্ৰসিদ্ধ ফুটবল ক্লাৱ মোহন বাগান আৰু ইষ্টবেংগলক প্ৰতিনিধিত্ব কৰা ফুটবলাৰ ধনৰাজন ৰাধাকৃষ্ণনৰ কেৰালাৰ পেৰিনতালমন্নাত ফুটবল খেল খেলি থকাৰ সময়তে মৃত্যু হয়। খেলি থকাৰ মাজতে ধনৰাজন হাৰ্ট এটেকত আক্ৰান্ত হয়। মৃত্যুৰ সময়ত ধনৰাজনৰ বয়স ৩৯ বছৰ আছিল। এফ চি পেৰিনতালমন্নাৰ হৈ দেওবাৰে সন্ধিয়া সস্থা মেডিকেলছ এফ চি ত্ৰিশূৰৰ বিৰুদ্ধে খেলা চেভেনছ ফুটবল টুৰ্নামেন্টৰ খেলখনত […]
The post খেলি থকাৰ সময়তে কৰণ মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী ফুটবলাৰে; মৃত্যুৰ পূৰ্বে দিছিল কিহৰ ইংগিত? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/39qmTWj
via IFTTT
Comments
Post a Comment