অনলাইনযোগে প্ৰকাশ কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল
অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ টেট পৰীক্ষাৰ ফলাফল অনলাইনযোগে প্ৰকাশ কৰিছে। মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবাৰ ৱেবছাইটত পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব। কেনেদৰে চাব ফলাফল ১. প্ৰথমে আপুনি sebaonline.orgত যাব লাগিব ২. আছাম টেট ২০১৯ৰ ৰিজাল্ট লিংকত ক্লিক কৰক ৩. লিংকত বিচৰা তথ্য প্ৰদান […]
The post অনলাইনযোগে প্ৰকাশ কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QzlSTi
via IFTTT
Comments
Post a Comment