কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস, VIDEO

  • বৃহস্পতিবাৰে নিশা কামপুৰত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস ।
  • কামপুৰৰ বিভিন্ন অঞ্চলত শতাধিক বন্যহস্তীয়ে সন্ত্ৰাস চলায় ।
  • সমগ্ৰ অঞ্চলটোৰ পথাৰৰ ধান খেতি পথাৰ খাই তহিলং কৰিছে হাতীৰ জাকটোৱে ।
  • কামপুৰৰ তেতেলীসৰা গ্ৰাণ্টত নৰেন বৰদলৈ নামৰ লোকজনৰ ঘৰ ভাঙি চুৰমাৰ কৰে হাতীৰ জাকটোৱে।
  • বিগত এটা মাহে কামপুৰৰ বিভিন্ন এলেকাত হাতীৰ জাকটোৱে সন্ত্ৰাস চলাইছে যদিও ব্যৰ্থ বনবিভাগ।

The post কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ESD28S
via IFTTT

Comments