গুৱাহাটীত বৃদ্ধি পাইছে ২০শতাংশ সুৰা পানৰ হাৰ

গুৱাহাটীত সুৰাপানৰ হাৰ প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি, চলিত বছৰৰ জানুৱাৰিৰ পৰা নৱেম্বৰলৈকে গুৱাহাটীৰ লোকে মুঠ ১.৩৬ কোটি লিটাৰ সুৰা পান কৰিছে। ইয়াৰ ভিতৰত ৭৬.২৭ লাখ লিটাৰ আই এম এফ এল আৰু ৫৯.৬৯ লাখ লিটাৰ বীয়েৰ। ২০১৮-১৯ (এপ্ৰিল-মাৰ্চ) বৰ্ষত মহানগৰীৰ লোকে মুঠ ১.০১ কোটি লিটাৰ সুৰা পান কৰিছে। ইয়াৰ ভিতৰত ৫৯.৩৬ লাখ […]

The post গুৱাহাটীত বৃদ্ধি পাইছে ২০শতাংশ সুৰা পানৰ হাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2F44pgp
via IFTTT

Comments