নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বা কা ৰ বিৰুদ্ধে সোমবাৰে উত্তৰ লখিমপুৰত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে। চুতীয়া ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাই আয়োজন কৰা অনশন কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হয়। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সদস্যৰ উপৰি বিভিন্ন শ্ৰেণীৰ লোকে এই ২৪ ঘন্টীয়া অনশনত যোগদান কৰে […]
The post নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Qax4qt
via IFTTT
Comments
Post a Comment