২ঘন্টা ধৰি অখিল গগৈৰ ঘৰত অভিযান অব্যাহত, VIDEO

  • অখিল গগৈৰ ঘৰৰ ভিতৰলৈ এটা প্ৰিন্টাৰ লৈ গৈছে NIAৰ এগৰাকী বিষয়াই।
  • প্ৰায় দুঘন্টা ধৰি চলাই থকা হৈছে তালাচী।
  • ৫জনীয়া NIAৰ দল আৰু চানমাৰি আৰক্ষীয়ে চলাইছে অভিযান।
  • তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে ঘৰৰ ভিতৰত থকা সকলো নথি-পত্ৰ।

The post ২ঘন্টা ধৰি অখিল গগৈৰ ঘৰত অভিযান অব্যাহত, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QnnSxX
via IFTTT

Comments