তেজপুৰত আছুৰ সদস্যক বিচাৰি আৰক্ষীৰ হাৰাশাস্তি; নিশা ঘৰত গৈ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ

তেজপুৰত এফালে আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক হাৰাশাস্তি কৰিছে আনফালে বিজেপিৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে নিশা সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যসৰ ঘৰতৈ গৈ ভাবুকি প্ৰদান কৰিছে। এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই। লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সদস্যসকলেও এই অভিযোগ উত্থাপন কৰিছে। বৃহস্পতিবাৰে অৰ্থাৎ ২৬ ডিচেম্বৰৰ নিশা তেজপুৰ আঞ্চলিক ছাত্ৰ […]

The post তেজপুৰত আছুৰ সদস্যক বিচাৰি আৰক্ষীৰ হাৰাশাস্তি; নিশা ঘৰত গৈ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2EVUwkS
via IFTTT

Comments