ক্ষেত্ৰীত ৰৈ থকা ট্ৰেইলাৰত তীব্ৰ খুন্দা নৈশ বাছৰ, শিশুসহ আহত ৪

  • মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • শনিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
  • ৰৈ থকা চিমেণ্ট ভৰ্তি এখন ট্ৰেইলাৰত তীব্ৰ জোৰে খুন্দা মাৰে এখন যাত্ৰীবাহী বাছে।
  • মহানগৰ অভিমুখে আহি আছিল নৈশ বাছখন।
  • দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে নৈশ বাছখনৰ সন্মূখ ভাগ।
  • শিশু আৰু মহিলাসহ দুৰ্ঘটনাত আহত হৈছে ৪জনকৈ লোক।
  • স্থানীয় লোকে উদ্ধাৰ কৰি আহত কেইজনক ভৰ্তি কৰে চিকিৎসালয়ত।

The post ক্ষেত্ৰীত ৰৈ থকা ট্ৰেইলাৰত তীব্ৰ খুন্দা নৈশ বাছৰ, শিশুসহ আহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QuaZ5f
via IFTTT

Comments