দুৰ্নীতিৰ অভিযোগত নিলম্বিত বনাঞ্চলিক বিষয়া

ৰাজ্যৰ বনবিভাগে দুৰ্নীতিৰ অভিযোগত গোৱালপাৰা বন সংমণ্ডলৰ অধীনৰ কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চলৰ বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) জুলফিকৰ আলমক নিলম্বিত কৰিছে। অভিযোগ অনুসৰি আলমে ব্যক্তিগত স্বাৰ্থত বন সম্পদ ধ্বংস কৰআৰ লগতে আৰ্মছ এক্ট ১৯৫৯ ভংগ কৰিছিল। পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব আৰ কে মজুমদাৰে ২০ ডিচেম্বৰত FRE.100/2019/32 নম্বৰৰ এক নিৰ্দেশ যোগে বিষয়াগৰাকীক নিলম্বিত কৰে আৰু বৃহস্পতিবাৰে সন্ধিয়া […]

The post দুৰ্নীতিৰ অভিযোগত নিলম্বিত বনাঞ্চলিক বিষয়া appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/37d7wP2
via IFTTT

Comments