২টা ৱেবচাইটযোগে ঘোষণা টেট পৰীক্ষাৰ ফলাফল…

- মঙলবাৰে পুৱা ৬ বজাত ৱেবচাইটযোগে ঘোষণা কৰা হ’ল টেট পৰীক্ষাৰ ফলাফল।
- https://www.ssa.gov.in আৰু https://sebaonline.org ত চাব পাৰিব ফলাফল।
- প্ৰাপ্ত খবৰ অনুসৰি নিম্ন প্ৰাৰ্থমিকত ১৮,৯০৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
- উচ্চ প্ৰাৰ্থমিকত ১৫,৩০৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
- উল্লেখ্য যে, ১০ নৱেম্বৰত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল।
- নিম্ন প্ৰাৰ্থমিকত অৱতীৰ্ণ হৈছিল ২,১৮,১৬৪ গৰাকী প্ৰাৰ্থী।
- ঠিক তেনেদৰে উচ্চ প্ৰাৰ্থমিকত ১,৫৮,৬৪৮ গৰাকী প্ৰাৰ্থী।
- ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল টেট পৰীক্ষা।
- আবেদনৰ নম্বৰ আৰু পাছৱৰ্ডৰ জৰিয়তে চাব পাৰিব ফলাফল।
The post ২টা ৱেবচাইটযোগে ঘোষণা টেট পৰীক্ষাৰ ফলাফল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2F6Di4b
via IFTTT
Comments
Post a Comment