কা’ক লৈ মুকলি বিতৰ্কত ভাগ ল’বলৈ সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান হিমন্তৰ
সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদত সাধাৰণ জনতাৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে নিদ্ৰা হৰণ কৰিছে চৰকাৰৰ। বিজেপি চৰকাৰে অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰি এই আইনখন জাপি দিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, জুবিন গাৰ্গকে ধৰি বিভিন্নজনে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। চৰকাৰৰ […]
The post কা’ক লৈ মুকলি বিতৰ্কত ভাগ ল’বলৈ সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান হিমন্তৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/39a70TT
via IFTTT
Comments
Post a Comment