ভয়ংকৰ দুৰ্ঘটনাত নিহত ২, সংকটজনক ৪ জনৰ অৱস্থা…

- ৰাজস্থানৰ জয়চালমেৰ-যোধপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
- দুখন যাত্ৰীবাহী বাছ আৰু এখন কাৰৰ মাজত সংঘৰ্ষ।
- ৰাষ্ট্ৰীয় ঘাইপথৰ বোজকা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
- দুৰ্ঘটনাত থিতাতে নিহত ২ জন লোক।
- আনহাতে আহত ৪ জনকৈ লোক।
- আহত কেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- আহত কেইজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
- ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
The post ভয়ংকৰ দুৰ্ঘটনাত নিহত ২, সংকটজনক ৪ জনৰ অৱস্থা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q8TE2G
via IFTTT
Comments
Post a Comment