‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান
চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ত অনুপম কৌশিক বৰাৰ ‘বৰনদী ভটিয়ায়’ চিনেমাখনক শ্ৰেষ্ঠ চিনেমা হিচাপে নিৰ্বাচিত কৰা হৈছে। বৃহস্পতিবাৰে শৈলধৰ বৰুৱা স্মাৰক ন্যাসৰ কৰ্মকৰ্তাই গুৱাহাটীত এই ঘোষণা কৰে। এই ছবিখনৰ প্ৰযোজনাও কৰিছিল অনুপম কৌশিক বৰা। ইফালে ‘কানীন’ চিনেমাখনৰ বাবে মঞ্জুল বৰুৱাক শ্ৰেষ্ঠ পৰিচালক, বড়ো চিনেমা ‘Jwlwi-The Seed’ৰ বাবে ৰজনী বসুমতাৰীক শ্ৰেষ্ঠ স্ক্ৰিন ৰাইটাৰ আৰু […]
The post ‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2t9wUX2
via IFTTT
Comments
Post a Comment