উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথক সাক্ষাৎ অভিনেতা গোৱিন্দৰ…

  • উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ বলীউডৰ অভিনেতা গোবিন্দৰ।
  • দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ আৱাস গৃহত তেওঁক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে।
  • দীৰ্ঘ সময় আলোচনা চলে দুয়োজনৰে মাজত।
  • ইফালে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতে প্ৰসিদ্ধ গোৰখনাথ মন্দিৰত উপস্থিত হয় গোৱিন্দ।
  • গোৰখনাথ মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়ায় অভিনেতাগৰাকীয়ে।

The post উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথক সাক্ষাৎ অভিনেতা গোৱিন্দৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q5l6hB
via IFTTT

Comments