ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত ক’লা পতাকা প্ৰদৰ্শন কৰে। বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহলৈ গৈ থকাৰ সময়তে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদকাৰী সকলে দাসক চাবুৱাত ক’লা পতাকা দেখুৱায়। নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰবল প্ৰতিবাদৰ সময়ত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহ প্ৰতিবাদকাৰী সকলে জ্বলাই দিছিল। প্ৰতিবাদকাৰী সকলে বিজেপিৰ সভাপতি গৰাকী […]
The post ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2SvvAZi
via IFTTT
Comments
Post a Comment