তৃতীয় স্বদেশ অধ্যয়ন কুইজত চেম্পিয়ন কটন বিশ্ববিদ্যালয়
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আয়োজন কৰা তৃতীয় স্বদেশ অধ্যয়ন মেগা কুইজ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে কটন বিশ্ববিদ্যালয়ৰ বৰ্ণিল মেধি, পাৰ্থ প্ৰতীম শৰ্মা আৰু দেৱনীত দত্তই। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে শিৱসাগৰৰ সমুজ্জ্বল গগৈ, বুলানচি সন্দিকৈ, অংকুৰজ্যোতি ভড়ালী আৰু নলবাৰীৰ প্ৰজ্ঞাৰাণী দেৱী, বিদিশা শৰ্মা, মালৱিকা মেধিৰ দলে। শনিবাৰে পুৱা প্ৰতিযোগিতাৰ ফাইনেল […]
The post তৃতীয় স্বদেশ অধ্যয়ন কুইজত চেম্পিয়ন কটন বিশ্ববিদ্যালয় appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2LaPx35
via IFTTT
Comments
Post a Comment