পুৱাই ভূমিকম্পই জোকাৰিলে…

- সোমবাৰে পুৱাই ভূমিকম্পই জোকাৰিলে ম্যানমাৰ-ভাৰত সীমান্তমুৰীয়া অঞ্চল।
- পুৱা প্ৰায় ৬ বাজি ৪২ মিনিটত অনুভূত হয় ভূমিকম্প।
- ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.৫।
- ভূমিকম্পটোত কোনো ক্ষয় ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
The post পুৱাই ভূমিকম্পই জোকাৰিলে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34HPrbc
via IFTTT
Comments
Post a Comment