চিনেমাৰ কায়দাৰে বিয়াৰ প্ৰলোভন দি কুখ্যাত অপৰাধীক জালত পেলালে মহিলা আৰক্ষীয়ে

এজন কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে হাবাথুৰি খাইছিল আৰক্ষী। কোনোমতেই ধৰিব পৰা নাছিল অপৰাধীজনক। অৱশেষত এক ব্যতিক্ৰমী পথ অৱলম্বন কৰিলে আৰক্ষীয়ে। অপৰাধীজনৰ ফোন নম্বৰ সংগ্ৰহ কৰি এগৰাকী মহিলা আৰক্ষী বিষয়াৰ জৰিয়তে দিয়া হ’ল বিয়াৰ প্ৰস্তাৱ। এইদৰেই সফলতা আহিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপৰাধীক। চিনেমাৰ কাহিনীৰ দৰে এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছট্টৰপুৰত। বাতৰি অনুসৰি উত্তৰ প্ৰদেশৰ […]

The post চিনেমাৰ কায়দাৰে বিয়াৰ প্ৰলোভন দি কুখ্যাত অপৰাধীক জালত পেলালে মহিলা আৰক্ষীয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/34Ms6VT
via IFTTT

Comments

Popular Posts