নাবালিকাক খাদ্যত বাদাম দি পৰিৱেশন কৰি ৰেষ্টুৰেন্টে ভৰিলে ৩.৫লাখ টকাৰ জৰিমনা

এগৰাকী নাবালিকা ছোৱালীক খাবলৈ দিয়া খাদ্যত বাদাম দি বিপদত পৰিল এখন ৰেষ্টুৰেন্ট। ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ এখন ভাৰতীয় ৰেষ্টুৰেন্টত সংঘটিত হৈছে এই ঘটনা। শুকান ফল (ড্ৰাই ফ্ৰুটছ)ৰ পৰা হোৱা এলাৰ্জীৰ কাৰণে ছোৱালীজনীৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্থানীয় প্ৰশাসনে ৰেষ্টুৰেন্টখনৰ ওপৰত ৩ হাজাৰ ৭৬৭ পাউণ্ড অৰ্থাৎ প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ জৰিমনা বিহে। ডেইলী মেইলৰ বাতৰি অনুসৰি […]

The post নাবালিকাক খাদ্যত বাদাম দি পৰিৱেশন কৰি ৰেষ্টুৰেন্টে ভৰিলে ৩.৫লাখ টকাৰ জৰিমনা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2q6iaao
via IFTTT

Comments

Popular Posts