আৰুণাচলত আছাম ৰাইফলছ আৰু NSCN(R)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত এজন NSCN(R) কেডাৰ
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ৩০ নৱেম্বৰত পহৰাদাৰী আছাম ৰাইফলছ আৰু নিষিদ্ধ্ ঘোষিত উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ দুটা ফৈদৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীত এগৰাকী এন এছ চি এন (আৰ)ৰ কেডাৰ নিহত হয়। আছাম ৰাইফলছৰ গুলীত নিহত হোৱা উগ্ৰপন্থী সদস্য গৰাকী কেপ্তেইন আৰকাম চেং বুলি চিনাক্ত কৰা হয়। নিহত এন এছ চি এন(আৰ)ৰ কেডাৰ […]
The post আৰুণাচলত আছাম ৰাইফলছ আৰু NSCN(R)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত এজন NSCN(R) কেডাৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2DwGmFZ
via IFTTT
Comments
Post a Comment