নাগালেণ্ডত পুনৰ ৬মাহলৈ বৃদ্ধি AFSPAৰ সময়সীমা…

- নাগালেণ্ডত পুনৰ বৃদ্ধি AFSPAৰ সময়সীমা।
- সহস্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰৰ।
- আজিৰে পৰা বৃদ্ধি হব এই সময়সীমা।
- আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ সময়সীমা বৃদ্ধি।
- এইক্ষেত্ৰত কেন্দ্ৰৰ ৰাজপত্ৰিত অধিসূচনা জাৰি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3HnKeIs
via IFTTT
Comments
Post a Comment