সৌৰভ গাংগুলী আক্ৰাম্ত হৈছে কোৰোনাত…

- বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী আক্ৰাম্ত হৈছে কোৰোনাত।
- শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে এই তথ্য
- কোৰোনাত আক্ৰান্ত হলেও বৰ্তমান স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
- ঘৰতেই কোৱাৰেন্টাইন হৈ আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pyo9Rg
via IFTTT
Comments
Post a Comment