বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই হঠাৎ দিল্লীলৈ তলব মুখ্যমন্ত্ৰীক….

  • হঠাৎ দিল্লীলৈ তলব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
  • মঙ্গলবাৰে দিল্লীত বিজেপি শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।
  • জৰুৰী বিষয় আলোচনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে তলব কৰা বুলি জানিব পৰা গৈছে।
  • বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীক হঠাৎ মাতি পঠিওৱা হৈছে দিল্লীলৈ।
  • মুখ্যমন্ত্ৰীক এনেদৰে দিল্লীলৈ মাতি পঠিওৱা বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে।
  • ৰাজ্যৰ শেহতীয়া এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3yMzyQp
via IFTTT

Comments