পুনৰ বন্ধ হ’ব শিক্ষানুষ্ঠান, ছবিগৃহ…

ডিজিটেল ডেস্কঃ অমিক্ৰ’ণৰ ভয়ংকৰ সংক্ৰমণ আৰু কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰ কঠোৰ পদক্ষেপ লোৱাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ দিল্লী চৰকাৰে বিদ্যালয়, চিনেমা গৃহ বন্ধৰ লগতে অড-ইভেন নাম্বাৰ পুনৰ প্ৰযোজ্য কৰাৰ দিশে আগবাঢ়িছে। এই বিষয়ক লৈ আজি দিনৰ ১২বজাত বৈঠকত মিলিত হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উল্লেখ্য যে, দিল্লীত এতিয়ালৈকে ১৬৫গৰাকী লোকৰ দেহত দেখা গৈছে অমিক্ৰণৰ সংক্ৰমণ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3erOBpk
via IFTTT

Comments