৩১ ডিচেম্বৰৰ পূৰ্বে সত্ৰ নগৰী মাজুলীত জব্দ বৃহৎ পৰিমাণৰ সুৰা…

- মাজুলীত বৃহৎ পৰিমাণ অবৈধ সুৰা জব্দ।
- জেংৰাইমুখ থানাৰ অন্তৰ্গত নয়াবজাৰ আৰক্ষী চকীয়ে জব্দ কৰে সুৰাখিনি।
- মাজুলী জিলা প্ৰশাসন, মাজুলী আৰক্ষী, আবকাৰী বিভাগৰ যুটীয়া অভিযানত জব্দ কৰে অবৈধ সুৰা সমূহ।
- নামনি বৰবিলত নয়বজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৫৪৪ সুৰাৰ বটল।
- এ এছ ০৩ জি ৭৫২২ নম্বৰৰ মাৰুতি ৮০০ খনৰ পৰা উদ্ধাৰ কৰে সুৰাখিনি।
- এই সুৰা সৰ্বৰাহৰ লগত জড়িত তিনিজন ব্যক্তিকো আটক কৰিছে আৰক্ষীয়ে।
- আৰক্ষীয়ে আটক কৰা সুৰা সৰবৰাহী কেইটা ডিজেন দলে, ভাস্কৰ দলে আৰু দেৱনন্দ দলে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pz2E2I
via IFTTT
Comments
Post a Comment