কেবিনেটত সিদ্ধান্তঃ এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি…

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞা পত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যাণার্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে আদি কৰি আমি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

May be an image of 7 people and text that says "অসম চবকাবব কেবিনেট বৈঠক ১৭ডিচেম্বব ২০২১ গুকুত্বপূর্ণ সিদ্ধান্তসমূহ নিযুক্তি আকু পুনব পদবীকবণ বিভাগব তৃতীয় আক চতর্বর্গব ১,৩৯১টা পদ (তৃতীয় বর্গ ১,০৪০, চতৃর্থবর্গ ৩৭৭ আকু ১০টা চালক পদ) নিযুক্তিব অনুমোদন যুটীয়া সঞ্চালক আক উপ-সঞ্চালকব পদসমুহক ক্রমাম্বয়ে যুচীয়া আয়ুক্ত আক সহকাবী আয়ুক্ত হিচাপে পুনব পদবীকবণ বিদ্যালয়ত অতিথি শিক্ষক প্রাথমিক আক মাধ্যমিক খগুব চবকাবী, প্রাদেশীকৃত আক অন্যান্য চবকাবী প্রতিষ্ঠান পবিচালিত বিদ্যালয়ত অতিথি শিক্ষকব নিযুক্তি অতিথি শিক্ষকব সেবাব নির্ধাবিত সময়সীমা এটা শিক্ষাবর্ষ অতিথি শিক্ষকক প্রাক্তন শিক্ষার্থী কোষ, বেচবকাবী সংস্থা আদিব দ্বাবা নিয়োগ কবা হব মহাপুকুষ শ্রীমন্ত শংকবদের বিশ্ববিদ্যালয় মহাপুকষ শ্রীমন্ত শংকবদের বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২১ব বিধিত অনুমোদন @himantabiswa @himantabiswasarma"

এই কেবিনেটত তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে বিশেষ ব’ৰ্ড গঠনৰ লগতে এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰো সিদ্ধান্ত লোৱা হয়। লগতে এটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষক আৰু অৱসৰ বা দীৰ্ঘদিনৰ বাবে ছুটীত গ’লে বিদ্যালয় প্ৰধানে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটোকো অনুমোদন জনোৱা হয়।

May be an image of 8 people and text that says "অসম চবকাবব কেবিনেট বৈঠক ১৭ডিচেম্বব২০২১ ডিচেম্বব ২০২১ গুকুত্বপূর্ণ সিদ্ধান্তসমূহ তৃতীয় আক চতুর্থ বর্গব পদব বাবে উমৈহতীয়া পবীক্ষা 'অসম প্রত্যক্ষ নিযুক্তি আয়োগ-তৃতীয় আক চ্তুর্থ বর্গ আইন, ২০২১ বিধেয়কব অনুমোদন বিধেয়কখনব যোগেদি চবকাবী কার্যালয়ত তৃতীয় আক চতৃর্থ বর্গব পদত নিযুক্তিব বাবে উমৈহতীয়া পরীক্ষা আক প্রার্থী বাছনি কবাব বাবে বিশেষ ব্যবস্থা গ্রহণব প্রস্তাব অসম আন্দোলন ভুক্তভোগী কল্যাণ মগুলীত নতুন সদস্য অসম আন্দোলনব ভুক্তভোগী আক তেওলোকব পবিয়ালব কল্যাণব হেত্ু গঠিত ন্যাস সমিতিত ২গবাকী আছু'ব নতুন সদস্য অন্ত্ভুক্ত খুচুবা বিক্রেতাৰ অনুজ্ঞা পত্র বাজহবা বিতবণ ব্যবস্থাব খুচুবা বিক্রেতাক জাবি কবা অনুজ্ঞা পত্রব ক্ষেত্রত বছবব বৈধতা @himantabiswa @himantabiswasarma"

উল্লেখ্য যে, এই কেবিনেটত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ সময়সীমা ৩বছৰলৈ বৃদ্ধি কৰা হয়। পূৰ্বে এই সময়সীমা আছিল এবছৰ। ৰাজ্যৰ ৪টা নতুন ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্তও লোৱা হয় এই কেবিনেটত।

May be an image of 7 people and text that says "অসম চবকাবব কেবিনেট বৈঠক ডিচেম্বব ২০২১ গুকুত্বপূর্ণ সিদ্ধান্তসমূহ ফবেনছিক বিভাগত নিযুক্তি ফবেনছিক বিজ্ঞান সঞ্চালকালয়ত ১৪গবাকী বিজ্ঞানী আক ১গবাকী কনিষ্ঠ বিজ্ঞানীব সাময়িক নিযুক্তি এপ্রিল, ২০২২ব পূর্বে ৪টা নতুন ফবেনছিক গবেষণাগাব স্থাপন ভূমি বেকর্ড ব্যবস্থাপনাৰ পবামর্শদাতা সংহত ভূমি বেকর্ড ব্যবস্থাপনা পদ্ধতি (আই এল নিয়োজিত কবা আঁচনিব পূুনর্নি্মাণ এম এছ)ব অধীনত ৭খন জিলাত পবামর্শদাতা আবক্ষী দায়বদ্ধতা আয়োগব ক্ষমতা বাজ্যিক পর্যায়ব আবক্ষী দায়বদ্ধতা আয়োগব ক্ষমতা আক কার্যকলাপবোক মাননীয় উচ্চতম ন্যায়ালয়ব ২২ ছেপ্টেম্বব, ২০০৬ব প্রকাশ সিং আক অন্যান্য বনাম হউনিয়ন অব ইঞিয়া আক অন্যান্য গোচবব বায়দানব মতে নির্ধাবণ কবিব লাগিব এই উদ্দেশ্যব বাবে অসম আবক্ষী আইন, ২০০৭ সংশোধন কবা হব @himantabiswa @himantabiswasarma"


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/326v0sg
via IFTTT

Comments