অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ মৃত্যু…

  • অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু এটা জিৰাফৰ।
  • বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফটোৰ।
  • ২০২০চনত মাইসূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।
  • ইয়াৰে ৰঙিলী নামৰ জিৰাফটোৰ মৃত্যু হয়।
  • ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে জিৰাফটোৰ মৃতদেহ লৈ যোৱা হৈছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pr5NkY
via IFTTT

Comments