আজি অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা…

- আজি অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
- অসম বিধানসভাত অংশ ল’ব ওম বিৰলাই।
- তাৰপাছত তেওঁ সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ডছত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে।
- ইতিমধ্যে আটাকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিধানসভা চৌহদ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3H3WVru
via IFTTT
Comments
Post a Comment