ভূমিকম্পই জোকাৰি গ’ল আন্দামান আৰু নিকোবৰ….

  • নিশা ভূমিকম্পই জোকাৰি গ’ল আন্দামান আৰু নিকোবৰ।
  • ২-৩৮ বজাত আহিছিল এই ভূমিকম্প।
  • ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য ৪.৩।
  • এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল পোৰ্ট ব্লেয়াৰৰ পৰা ১৭২ কিলোমিটাৰ দক্ষিণ-পশ্চিমত ভূগৰ্ভৰ ৩৪ কিলোমিটাৰ তলত।
  • এই মৃদু ভূমিকম্পক ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3msnNtt
via IFTTT

Comments