লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ

- লখিমপুৰৰ বান্দৰদেৱাত নিশা ড্ৰাগছ সৰবৰাহকাৰীক এন কাউন্টাৰ ৷
- শুকুৰবাৰে বান্দৰদৱাত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ৷
- নিশা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলী বিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰী দুজন ৷
- সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন
- গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজন নগাৱঁৰ আজিজুৰ ৰহমান আৰু লখিমপুৰ বিহপুৰীয়াৰ ছহিফুল আলি ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3JsKeZn
via IFTTT
Comments
Post a Comment