পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান, নিহত পাইলট…

  • পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান।
  • ৰাজস্থানত দুৰ্ঘটনাত পতিত হৈছে মিগ-২১ বিমানখন।
  • শুকুৰবাৰে নিশা ৮.৩০বজাত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য।
  • দুৰ্ঘটনাত মৃত্যু হৈছে বিমানখনত থকা পাইলটগৰাকী।
  • দুৰ্ঘটনাত নিহত উইং কামাণ্ডাৰ হৰচিত সিনহা।
  • দুৰ্ঘটনাক লৈ বায়ু সেনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ।
  • দুৰ্ঘটনাৰ সন্দৰ্ভত টুইটাৰযোগে সদৰি কৰিছে বায়ু সেনাই।
  • দুৰ্ঘটনাত নিহত হোৱা উইং কামাণ্ডাৰ হৰচিত সিনহা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Fumz8u
via IFTTT

Comments