অসমৰ কনিষ্ঠ হকী দলৰ প্ৰাক্তন কেপ্টেইন গোলাপ বৰাৰ মৃত্যু…

  • অসমৰ কনিষ্ঠ হকী দলৰ প্ৰাক্তন কেপ্টেইন গোলাপ বৰাৰ মৃত্যু ৷
  • ভাৰতৰ কনিষ্ঠ হকী দলৰো প্ৰাক্তন খেলুৱৈ আছিল গোলাপ বৰা ৷
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হকী দলৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত গোপাল বৰাই ৷
  • নগাওঁ গোপীনাথ বৰদলৈ বাণিজ্য মহাবিদ্যালয়ৰো সাধাৰণ সম্পাদক আছিল খেলুৱৈজন ৷
  • গোলাপ বৰাৰ মৃত্যুত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক অনুপম শৰ্মাৰ শোক প্ৰকাশ ৷
  • প্ৰয়াত বৰাৰ ঘৰ নগাঁৱৰ ডিমৰুগুৰিৰ অনিল বৰা পথত ৷


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/342oIe1
via IFTTT

Comments