ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা….

  • ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ।
  • ২০২২ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা।
  • অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘোষণা কৰিছে এই কথা।
  • এক টুইট যোগে তেওঁ এই বিষয়ে সদৰি কৰিছে।
  • ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা।
  • শেহতীয়াকৈ অসম আৰক্ষীত ২৪৫০ টা কনিষ্টবল (এ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।
  • ১৪২৯ টা কনিষ্টবল (ইউ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sI659k
via IFTTT

Comments