আৰক্ষী বিষয়া মস্কো শইকীয়াৰ বিয়োগ….

  • আৰক্ষী বিষয়া মস্কো শইকীয়াৰ বিয়োগ।
  • উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু হয় আৰক্ষী বিষয়াজনৰ।
  • মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষায় আছিল প্ৰয়াত শইকীয়া।
  • শনিবাৰে নিশা মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।




from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qrS5xV
via IFTTT

Comments