যোৰাবাটত ৭খনকৈ কয়লা ভৰ্তি ট্রাক জব্দ…

  • যোৰাবাটত নিশা ৭ খনকৈ কয়লা ভৰ্তি ট্রাক জব্দ
  • বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত জব্দ ট্রাককেইখন
  • মেঘালয়ৰ পৰা বেলতলা অভিমুখে আহিছিল ট্রাককেইখন
  • যোৰাবাটৰ পৰা পুনৰ মেঘালয়লৈ ওভোতাই পঠিয়াই ট্রাককেইখন
  • আৰক্ষীৰ আগত চালকৰ পৰস্পৰবিৰোধী ভাষ্য


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/33PNNZi
via IFTTT

Comments