‘বীৰ’ ছবিৰ নিৰ্মাতা আৰু নাই…

- বলিউদৰ ছবি পৰিচালক তথা প্ৰযোজক বিজল গলানীৰ দেহাৱসান।
- বহুকেইজন ছুপাৰহিট ছবিৰ প্ৰযোজক আছিল বিজয় গলানী।
- চলমান, অক্ষয়, গোবিন্দাৰ কেইবাখনো হিট ছবিৰ প্ৰযোজনা কৰিছিল তেওঁ।
- চলমান খান অভিনীত বীৰ ছবিখনৰো প্ৰযোজক আছিল তেওঁ।
- প্ৰযোজকগৰাকীৰ মৃত্যুত বলিউদত শোকৰ ছাঁ।
- বহুজনে ছচিয়েল মিডিয়াযোগে কৰিছে শোক ব্যক্ত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pDXvGB
via IFTTT
Comments
Post a Comment