এইবাৰ কোকৰাঝাৰত আৰক্ষীৰ বন্দুক চলিলঃ পলায়নকাৰী গাঞ্জা সৰবৰাহকাৰীৰ ভৰিত গুলী লাগিল…

  • আকৌ আৰক্ষীৰ গুলীচালনা।
  • কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
  • আৰক্ষীৰ গুলীত আহত এটা গাঞ্জা সৰবৰাহকাৰী।
  • আহত গাঞ্জা সৰবৰাহকাৰীজনৰ নাম হৰেন্দ্ৰ যাদৱ।
  • আটক কৰা গাঞ্জা সৰবৰাহকাৰীটোৱে পলাবলৈ চেষ্টা কৰিছিল বিছমুৰিত।
  • পলাবলৈ চেষ্টা কৰা সৰবৰাহকাৰীটোক উদ্দেশ্যি গুলী কৰিছিল আৰক্ষীয়ে।
  • সোমবাৰে আটক কৰিছিল হৰেন্দ্ৰক।
  • ভৰিত গুলী লগা হৰেন্দ্ৰক প্ৰথমে ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰৰ হাস্পাতালত।
  • পৰৱৰ্তী সময়ত তেওঁক স্থানান্তৰিত কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EhlBeD
via IFTTT

Comments