বিজেপিক চেৰাই কংগ্ৰেছে লাভ কৰিলে একক সংখ্যা গৰিষ্ঠতা…

- কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ মাজতে কৰ্ণাটকত অপ্ৰতিৰোধ্য যাত্ৰা।
- স্থানীয় নিকায় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ।
- ১,১৮৪খন আসনৰ ভিতৰত ৪৯৮খন আসন লাভ কৰিছে কংগ্ৰেছে।
- বিজেপিৰ দখলত ৪৩৭খন আসন।
- কংগ্ৰেছে লাভ কৰিছে ৪২.০৬শতাংশ ভোট।
- ইফালে বিজেপিয়ে লাভ কৰিছে ৩৬শতাংশ ভোট।
- কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত উল্লাস।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FHdARu
via IFTTT
Comments
Post a Comment