গুৱাহাটীৰ ভাস্কৰ নগৰত নৃশংস হত্যাকাণ্ডঃ যুৱকৰ চকু উলিয়াই নিলে হত্যাকাৰীয়ে…

- গুৱাহাটীৰ ভাস্কৰ নগৰত নৃশংস হত্যাকাণ্ড।
- যুৱক জনৰ দেহৰ বহু ঠাইত আঘাতৰ চিন ।
- নিশা দুৰ্বৃত্তই মাৰি পেলাই থৈ যোৱাৰ সন্দেহ ।
- আৰক্ষীয়ে যুৱক জনৰ পৰিচয় বৰ্তমান লাভ কৰা নাই ।
- যুৱক জনৰ মোবাইল ফোনত বহু তথ্য থকাৰ সন্দেহ আৰক্ষীৰ ।
- মৃতদেহ চানমাৰী আৰক্ষী থানা লৈ যোৱা হৈছে।
- তাৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCলৈ প্ৰেৰণ।
- যুৱকজনৰ এটা চকু উলিয়াই দিয়া দিছে দুৰ্বৃত্তই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3qpVihd
via IFTTT
Comments
Post a Comment