চিৰাং সংৰক্ষিত বনাঞ্চলত গুলীচালনাৰ ঘটনা…

- চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা চিৰাং সংৰক্ষিত বনাঞ্চলত গুলীচালনাৰ ঘটনা ।
- বন সুৰক্ষা বাহিনীৰ গুলীত আহত লোক জনৰ নাম লামা চৰণ নাৰ্জাৰী, বয়স ৩৫ বছৰ।
- ঘৰ ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙৰ সুলেখা গৌজৌনপুৰীত ।
- আহত লোক জনক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
- বনবিভাগৰ মতে অবৈধ ভাৱে বনাঞ্চলত গছ কাটি থকাৰ সময়ত সংঘটিত হয় এই ঘটনা।
- ঘটনা স্থলীৰ পৰা বনবিভাগৰ লোকে এটা যন্ত্ৰ চালিত গছ কটা মেচিন উদ্ধাৰ কৰিছে ।
- ঘটনাক কেন্দ্ৰ কৰি ৰুণীখাতা এলেকাত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32sS2tx
via IFTTT
Comments
Post a Comment