আজি সদৌ অসম টেট শিক্ষক সন্থাৰ ‘দিছপুৰ চলো’ কাৰ্যসূচী…

  • শনিবাৰে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকে গ্ৰহণ কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
  • চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম টেট শিক্ষক সন্থাই গ্ৰহণ কৰিছে ‘দিছপুৰ চলো’ কাৰ্যসূচী।
  • খানাপাৰাৰ পৰা দিছপুৰলৈ সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰিব টেট শিক্ষকসকলে।
  • ইতিমধ্যে প্ৰতিবাদী শিক্ষকক ৰুধিবলৈ ব্যাপক সমৰ সজ্জা আৰক্ষী প্ৰশাসন।
  • প্ৰতিবাদী শিক্ষকক বাধা দিবলৈ নিৰ্মাণ কৰা হৈছে ১২ তাতকৈ অধিক বেৰিকেড।

The post আজি সদৌ অসম টেট শিক্ষক সন্থাৰ ‘দিছপুৰ চলো’ কাৰ্যসূচী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2X7Zd1p
via IFTTT

Comments