শুই থকা অৱস্থাত সাপে দংশন কৰিলে কাছাৰৰ ৭ বছৰীয়া অমিতক…

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ লালবাগত সৰ্প দংশনত এটি শিশুৰ মৃত্যু হয় ৷ শুকুৰবাৰে নিশা শুই থকা অৱস্থাত সাপে দংশন কৰে সাত বছৰীয়া শিশুটিক ৷ শিশুটিৰ নাম অমিত ভূমিজ ৷ আঠুঁৱাৰ ভিতৰত সোমাই দংশন কৰে শিশুটিক ৷ SMC হাস্পতালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত
ঘোষণা কৰে শিশুটিক ৷ শিশুটিৰ অকাল মৃত্যুত শোকৰ ছাঁ বৰখলাত ৷
The post শুই থকা অৱস্থাত সাপে দংশন কৰিলে কাছাৰৰ ৭ বছৰীয়া অমিতক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/322wnDE
via IFTTT
Comments
Post a Comment