এন এফ ৰেলৱে’ই সাময়িকভাৱে বাতিল কৰিব কেইবাখনো ৰে’ল…

  • ৰে’লপথ মেৰামতিৰ বাবে এন এফ ৰেলৱে’ই সাময়িকভাৱে বাতিল কৰিব কেইবাখনো ৰে’ল ।
  • মেৰামতি কৰা হ’ব হাৱাইপুৰ-লামডিং ৰে’লপথ।
  • ৩-১০ জুলাইলৈ বাতিল কৰা হ’ব গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি ৰেল।
  • বাতিল কৰা হ’ব গুৱাহাটী-ডিমাপুৰ-নাগালেণ্ড এক্সপ্ৰেছ ।
  • গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছো ৰেলপথ মেৰামতিৰ বাবে বাতিল কৰা হ’ব।
  • ডিমাপুৰ-গুৱাহাটী এক্সপ্ৰেছো কৰা হ’ব বাতিল।
  • ৭ ৰ পৰা ৯ জুলাইলৈ বাতিল কৰা হ’ব এই সেৱা।

The post এন এফ ৰেলৱে’ই সাময়িকভাৱে বাতিল কৰিব কেইবাখনো ৰে’ল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YnleuO
via IFTTT

Comments