আয়োজক ইংলেণ্ডক হৰুৱাবলৈ প্ৰস্তুত ভাৰত, শীৰ্ষ ১৫ত কাৰ কাৰ নাম…

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপত দেওবাৰে বিয়লি ৩ বজাত খেলপথাৰত নামিব ভাৰত আৰু ইংলেণ্ড। ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এই মেচখনত জয়ী হ’লে স্থান পাব ছেমিফাইনেলত।
বৰ্তমানলৈ বিশ্বকাপ ৰেংকিঙৰ দ্বিতীয় স্থানত আছে ভাৰত। ইফালে, পঞ্চম স্থানত আছে ইংলেণ্ড। দুয়োটা দলৰ বাবে সহজ নহ’ব এই মেচখন। কিয়নো দুয়োটা শক্তিশালী দলৰ খেলুৱৈসকলে ভাল খেল প্ৰদৰ্শন কৰি আহিছে মেচবোৰত।
দেওবাৰৰ এই মেচখনত দুয়োটা ক্ৰিকেট দলৰ খেলুৱৈসকল ক্ৰমে-
ইংলেণ্ডঃ
ইয়’ন মৰ্গান (অধিনায়ক)
জেমছ ভিন্স
জেছন ৰয়
জ’ ৰুট
বেন ষ্টকছ
লিয়াম ডাৱছন
ম’ইন আলী
ট’ম কুৰান
জনী বেৰষ্ট’
জ’ছ বাটলাৰ
আদিল ৰছিদ
খ্ৰীছ ওৱাকছ
জোফ্ৰা আৰ্কেৰ
লিয়াম প্লানকেট
মাৰ্ক উড
ভাৰতঃ
কেদাৰ যাদৱ
ৰোহিত শৰ্মা
বিৰাট কোহলী (অধিনায়ক)
হাৰ্দিক পাণ্ডেয়া
ৰবীন্দ্ৰ জাদেজা
বিজয় শংকৰ
দীনেশ কাৰ্তিক
কে এল ৰাহুল
এম এছ ধোনী
ৰিশ্বৱ পান্ট
ভূৱনেশ্বৰ কুমাৰ
যশপ্ৰীত বুমৰাহ
কুলদীপ যাদৱ
মহম্মদ শ্বামী
যুশৱেন্দ্ৰ চহল
The post আয়োজক ইংলেণ্ডক হৰুৱাবলৈ প্ৰস্তুত ভাৰত, শীৰ্ষ ১৫ত কাৰ কাৰ নাম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FC4uZp
via IFTTT
Comments
Post a Comment