আলফা স্বাধীনক মোক্ষম আঘাত, গ্ৰেপ্তাৰ শীৰ্ষ নেতা…

  • আলফা স্বাধীনক মোক্ষম আঘাত।
  • অৰুণাচলত গ্ৰেপ্তাৰ হৈছে শীৰ্ষ নেতা নয়ন নাথ।
  • নয়ন নাথ হৈছে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ।
  • ২০১৪ চনত আলফাত যোগদান কৰিছিল নাথে।
  • অসম ৰাইফলছে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ আলফা নেতা গৰাকীক।
  • শনিবাৰে গতাই দিব অৰুণাচল আৰক্ষীক।
  • তেজপুৰৰ বেচেৰীয়া পুখুৰীত নয়ন নাথৰ ঘৰ।

The post আলফা স্বাধীনক মোক্ষম আঘাত, গ্ৰেপ্তাৰ শীৰ্ষ নেতা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RJ2inu
via IFTTT

Comments