বিশ্বকাপ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত, টছত জিকি বেটিঙৰ সিদ্ধান্ত কেপ্টেইন কোহলীৰ

  • বিশ্বকাপ ক্ৰিকেটৰ বৃহস্পতিবাৰৰ খেলত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত৷
  • লণ্ডনৰ মানচেষ্টাৰৰ এমিৰেটছ অ’ল্ড ট্ৰাফ’ৰ্ডত অনুষ্ঠিত হ’ব এই খেল৷
  • আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ খেলখন৷
  • টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে৷
  • বিশ্বকাপৰ পূৰ্বৰ খেলসমূহত জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছে কোহলী বাহিনী৷
  • খেলখনত ৱেষ্ট ইণ্ডিজৰ সন্মুখত এক নিৰ্ভৰযোগ্য লক্ষ্য বান্ধি দিবলৈ ভাৰতীয় দলটো সক্ষম হ’ব বুলি আশাবাদী খেলুৱৈসকলক৷

The post বিশ্বকাপ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত, টছত জিকি বেটিঙৰ সিদ্ধান্ত কেপ্টেইন কোহলীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Xc0DNf
via IFTTT

Comments