সম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়ালৈ ৰাষ্ট্ৰীয় সন্মান পদক
সন্তোষ ফুকন, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিৱাসী ২৪ নং বাহিনীৰ অসম পুলিচৰ জোৱান সোনেশ্বৰ বড়াই এইবছৰৰ “বাবু জগজীৱন ৰাম নেচনেল সন্মান পদক ২০১৯ ” বঁটাৰ বাবে নিৰ্বাচিত হৈছে। উক্ত সন্মান পদক বঁটা গ্ৰহণ কৰিবলৈ ২৪ নং বাহিনীৰ অসম পুলিচৰ জোৱান সোনেশ্বৰ বড়ালৈ “বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমী”ৰ পৰা পত্ৰৰ যোগেদি আমন্ত্ৰণ জনাইছে। এই সন্মান পদক বঁটা সোনেশ্বৰ বড়ালৈ আগবঢ়াব অহা ১১ জুলাই ২০১৯ তাৰিখে দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ।
The post সম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়ালৈ ৰাষ্ট্ৰীয় সন্মান পদক appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2RKWaLz
via IFTTT
Comments
Post a Comment