ভাৰতৰ প্ৰথমটো উইকেটৰ পতন…

- ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমটো উইকেট পতন ভাৰতৰ৷
- ১৮ ৰান কৰি পেভিলিয়নলৈ উভতিল ৰোহিত শৰ্মা৷
- ৰোচৰ বলত চাই হ’পৰ হাতত কেচ তুলি দি আউত ৰোহিত৷
- ৮ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ৩৮ ৰান৷
- ক্ৰিজত খেলি আছে কে এল ৰাহুল আৰু বিৰাট কোহলীয়ে৷
The post ভাৰতৰ প্ৰথমটো উইকেটৰ পতন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZZCrej
via IFTTT
Comments
Post a Comment