ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেটৰ মহাৰণ, LIVE UPDATES

- দেওবাৰে বিয়লি ৩ বজাত আৰম্ভ ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেটৰ মহাৰণ।
- প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত আয়োজক দল ইংলেণ্ডৰ।
- জেছন ৰয় আৰু জনী বেৰষ্ট্ৰই কৰে অপেনিং বেটিং।
- ২.৪ অভাৰত ১৪ ৰান সংগ্ৰহ কৰে ইংলেণ্ডে।
The post ভাৰত আৰু ইংলেণ্ডৰ ক্ৰিকেটৰ মহাৰণ, LIVE UPDATES appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JksUHI
via IFTTT
Comments
Post a Comment