ডবকাত ডাম্পাৰ- ইঅ’ন বাহনৰ সংঘৰ্ষ, নিহত ১ গৰাকী মহিলা…

- ডবকাত সংঘটিত হৈছে পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত নিহত এগৰাকী মহিলা।
- নিহত মহিলাগৰাকীৰ নাম নাৰ্জা খাকলাৰী ।
- ডাম্পাৰ আৰু ইঅ’ন বাহনৰ সংঘৰ্ষ।
- প্ৰথমে ডিভাইডাৰত খুন্দা মাৰ্ ডাম্পাৰখনে।
- ইয়াৰ পাছতে ইঅ’ন বাহনৰ ওপৰত বাগৰি পৰে ডাম্পাৰখন।
- গুৰুতৰভাৱে আহন আন ৩জন লোক
- চাৰিলেনযুক্ত ঘাইপথৰ ডিফু বাইপাছত এই ঘটনা।
The post ডবকাত ডাম্পাৰ- ইঅ’ন বাহনৰ সংঘৰ্ষ, নিহত ১ গৰাকী মহিলা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LfeBqO
via IFTTT
Comments
Post a Comment